26
May
এম জি মটৰ ইণ্ডিয়াই আজি ঘোষণা কৰে যে তেওঁলোকৰ বিশ্বব্যাপী সফল জেড এছ ই ভিয়ে ভাৰতত ১০ হাজাৰ বিক্ৰীৰ সীমা অতিক্ৰম কৰিছে। জেড এছ ইভি ২ ভেৰিয়েন্টত উপলব্ধ, মূল্য ক্ৰমে ২৩,৩৮,০০০ আৰু ২৭,২৯,৮০০ টকা। ইয়াৰ সৈতে ৬টা চাৰ্জিং বিকল্প আছে: ডিচি ছুপাৰ-ফাষ্ট চাৰ্জাৰ, এচি ফাষ্ট চাৰ্জাৰ, এমজি ডিলাৰশ্বিপত এচি ফাষ্ট চাৰ্জাৰ, জেডএছ ইভিৰ সৈতে পৰ্টেবল চাৰ্জাৰ, ২৪এক্স৭ আৰএছএ - মোবাইল চাৰ্জিং সমৰ্থনৰ বাবে, এমজি চাৰ্জ ইনিচিয়েটিভ - ইয়াৰ প্ৰথমটো এম জি ইণ্ডিয়াৰ পদক্ষেপ, যিয়ে ইভি চাৰ্জিং আন্তঃগাঁথনি শক্তিশালী কৰিবলৈ সমগ্ৰ ভাৰতৰ কমিউনিটি স্থানৰ ভিতৰত ১০০০ দিনত ১০০০ এচি ফাষ্ট চাৰ্জাৰ স্থাপন কৰাৰ লক্ষ্য লৈছে। ইয়াত এটা শক্তিশালী মটৰ আছে যিয়ে…
