গাজিনী’ৰ অভিনেতা প্ৰদীপ ৰাৱটৰ দেহাৱসান

‘গাজিনী’ৰ অভিনেতা প্ৰদীপ ৰাৱটৰ দেহাৱসান।বলীউড আৰু দক্ষিণ ভাৰতৰ চলচিত্ৰ অভিনেতা প্ৰদীপ ৰাৱটে দীৰ্ঘদিন ধৰি কৰ্কট ৰোগৰ সৈতে যুঁজি মঙলবাৰে সন্ধিয়া মুম্বাইৰ এখন চিকিৎসালয়ত ৭৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ৷ লগানৰ সহ অভিনেতা যশপাল শৰ্মাই ইনষ্টাগ্ৰামত তেওঁৰ মৃত্যুৰ কথা নিশ্চিত কৰে ।যশপাল শৰ্মাই ইনষ্টাগ্ৰাম ষ্ট’ৰীত প্ৰদীপ ৰাৱটক স্মৰণ কৰি কয়, “আমাৰ গাজনী, লগানৰ দেৱ প্ৰদীপ ৰাৱট আৰু নাই । তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক ।”

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *