পত্নীৰ প্ৰেমে বিপদত পেলালে এজন ব্যক্তিক

পত্নীক জন্মদিনৰ চাৰপ্ৰাইজ দিবলৈ গৈ এতিয়া বিপদত পৰিছে বিতৰ্কিত ব্যৱসায়ী গৌতম বৰুৱা। যান- বাহন আইন উলংঘাৰে সেতুঁত ৰেড কাৰ্পেট পাৰি জন্মদিন উদযাপনৰে চখ পূৰণ কৰা ব্যৱসায়ী বৰুৱাক সম্প্ৰতি ভৰলুমুখ আৰক্ষী থানাত ৰখা হৈছে। যান- বাহন আইন উলংঘাৰ অভিযোগত তেওঁক আটক কৰিছে মহানগৰ আৰক্ষীয়ে। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে জন্মদিনৰ উদযাপনৰ সেই বিশেষ দৃশ্য।ৰেড কাৰ্পেট, বিভিন্ন অত্যাধুনিক শৈলীৰ জাক জমকতাত কেক কাটি পত্নীৰ জন্মদিন পাতিছিল গৌতমে।ৰেড কাৰ্পেট, বিভিন্ন অত্যাধুনিক শৈলীৰ জাক জমকতাত কেক কাটি পত্নীৰ জন্মদিন পাতিছিল গৌতমে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *