নলবাৰীত এটি শিশুক অপহৰণৰ চেষ্টা ২ দুৰ্বৃত্তৰ।
লাওদল চ’কত সংঘটিত হৈছে এই ঘটনা।
বিদ্যালয়লৈ যোৱাৰ পথতে শিশুটিক অপহৰণৰ চেষ্টা।
অভিভাৱকৰ সজাগতাৰ বাবে ৰক্ষা পৰে শিশুটি।
আৰক্ষী উপস্থিত হৈ আটক কৰে ২ দুৰ্বৃত্তক।
নলবাৰীত এটি শিশুক অপহৰণৰ চেষ্টা ২ দুৰ্বৃত্তৰ
নলবাৰীত এটি শিশুক অপহৰণৰ চেষ্টা ২ দুৰ্বৃত্তৰ।
লাওদল চ’কত সংঘটিত হৈছে এই ঘটনা।
বিদ্যালয়লৈ যোৱাৰ পথতে শিশুটিক অপহৰণৰ চেষ্টা।
অভিভাৱকৰ সজাগতাৰ বাবে ৰক্ষা পৰে শিশুটি।
আৰক্ষী উপস্থিত হৈ আটক কৰে ২ দুৰ্বৃত্তক।