ৰাজপথত ষ্টান্ট কৰি গড়চুক আৰক্ষীৰ জালত অট’চালক।
অট’ৰিক্সাৰে বিপদজ্জনক স্টান্ট আৰু তীব্র গতিত গাড়ী চলোৱা দৃশ্য ভাইৰেল হৈছিল ।
সামাজিক মাধ্যমত পাঞ্জাবাৰীৰ বিকি চৌধুৰী আৰু তেওঁৰ সহযোগী মৃত্যুঞ্জয় ৰায় সিংহক আটক।
ৰাজপথত ষ্টান্ট কৰি গড়চুক আৰক্ষীৰ জালত অট’চালক
