ঈদৰ দিনাই আমেৰিকাৰ লজ্জাজনক কাণ্ড।
ইৰানত ভয়ংকৰ আক্ৰমণ কৰি বিশ্বক লজ্জানত কৰিলে ট্ৰাম্পে।
নিশা ইৰানৰ বন্দৰ আব্বাছ চহৰত ভয়ংকৰ এয়াৰষ্ট্ৰাইক।
আমেৰিকাৰ বাণিজ্যিক জাহাজৰ বাবে ভাবুকিপূর্ণ ইৰানৰ সেনাৰ ঘাটিত আক্রমণ।
আমেৰিকাই ধ্বংস কৰিলে ইৰানৰ কেইবাখনো ড্রোণ।
ঈদৰ দিনাই ইৰানত ভয়ংকৰ আক্ৰমণ আমেৰিকাৰ।
ভংগ হ’ল ইৰান-আমেৰিকাৰ অস্থায়ী যুদ্ধবিৰতি।
