বাল্য বিবাহৰ বিৰুদ্ধে সোণাৰি আৰক্ষীৰ অভিযান

বাল্য বিবাহৰ বিৰুদ্ধে সোণাৰি আৰক্ষীৰ অভিযান।
বিধানসভাত UCC গৃহীত হোৱাৰ পাছতেই সোণাৰিত আটক এজন।
বাল্যবিবাহৰ অভিযোগত আটকাধীন যুৱকজনৰ নাম বিপ্লৱ খাকলাৰী।
সোণাৰিৰ জুটুলনীৰ পৰা আটক কৰা হৈছে যুৱকজনক ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *