NEET (UG) ২০২৬ ৰ নতুন তাৰিখ ঘোষণা

দেশৰ সৰ্ববৃহৎ চিকিৎসা প্ৰৱেশ পৰীক্ষা NEET (UG) ২০২৬ ৰ নতুন তাৰিখ ঘোষণা । শুকুৰবাৰে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই ঘোষণা কৰে যে ২০২৬ চনৰ ২১ জুন দেওবাৰে NEET UG 2026 পুনৰ পৰীক্ষা অনুষ্ঠিত হ’ব ।

এনটিএ (National Testing Agency চমুকৈ NTA)-এ এক্সৰ এটা পোষ্টত এই কথা সদৰী কৰে ৷ NTA-এ কয়, “ভাৰত চৰকাৰৰ অনুমোদন সাপেক্ষে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই NEET-UG 2026 ৰ পুনৰ পৰীক্ষা ২১ জুন, ২০২৬ দেওবাৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে । পৰীক্ষাৰ্থী আৰু অভিভাৱকসকলক কেৱল NTA-ৰ চৰকাৰী মাধ্যমকহে বিশ্বাস কৰিবলৈ অনুৰোধ জনোৱা হৈছে ।”

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *