আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ আদালতে নাকচ কৰিলে কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন আবেদন। ২৪ এপ্ৰিল ২০২৬ৰ শুকুৰবাৰে পুৱা ১০-৩০ বজাত এই ৰায়দান আদালতৰ। উল্লেখ কৰা প্ৰয়োজন যে, পৱন খেড়াৰ বিৰুদ্ধে অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ নামত ৩ খন দেশৰ পাছপ’ৰ্ট থকাৰ মহা অভিযোগ অনাৰ পাছত মুখ্যমন্ত্ৰীৰ পত্নীয়ে অপৰাধ অনুসন্ধান শাখাত এজাহাৰ দাখিল কৰিছিল।
গ্ৰেপ্তাৰ হব পাৰে পৱন খেৰা
