২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল

উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ দিনক লৈ অন্ত পৰিল জল্পনা-কল্পনা। কিয়নো ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ দিন। সামাজিক মাধ্যমিক যোগে ফলাফল প্ৰকাশ পোৱাৰ দিন ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই।২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। পূৰ্বে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ২১ এপ্ৰিলৰ পাছত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হ’ব বুলি উল্লেখ কৰিছিল।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *