লুৰীণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীৰ তালাচী অভিযান। খোৱাং সমষ্টিৰ অন্তৰ্গত বৰপথাৰ গদাপাণিৰ বাসগৃহত এই অভিযান।নিৰ্বাচন শেষ হোৱাৰ পিছতে অভিযান আৰক্ষীৰ।
লুৰীণজ্যোতিৰ পৰিয়াল আৰক্ষীৰ আতিশয্যৰ বলি হোৱাৰ অভিযোগ।
লুৰীণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীৰ তালাচী অভিযান