বিপদত কুংকী চৌধুৰী

বিপদত পৰিব নেকি কুংকী চৌধুৰী ।

কুংকী চৌধুৰীৰ ৪সহযোগীক আটক আৰক্ষীৰ।

BJPকৰ্মীৰ এজাহাৰৰ ভিত্তিত আটক ৪ যুৱকক।

কুংকী চৌধুৰীৰ পলিটিকেল মেনেজমেন্ট পৰিচালনা কৰিছিল টীমটোৱে।

মেনেজমেন্ট টীমৰ মূল ব্যক্তি হাৰিয়ানাৰ সন্দীপ যাদৱ।

নির্বাচনী আচৰণবিধি উলংঘা কৰাৰ অভিযোগ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *