বিশ্বজিৎ ফুকনক হত্যাৰ ভাবুকি দিয়া এজনক গ্ৰেপ্তাৰ

বিশ্বজিৎ ফুকনক হত্যাৰ ভাবুকি দিয়া এজনক গ্ৰেপ্তাৰ ।
যোগেশ্বৰ গগৈ নামৰ লোকজনক গ্ৰেপ্তাৰ।
সৰুপথাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যোগেশ্বৰ গগৈক।
সামাজিক মাধ্যমত বিশ্বজিৎ ফুকনক হত্যাৰ ভাবুকি দিছিল ।

তিনিদিন পূৰ্বে বিশ্বজিৎ ফুকনৰ ঘৰলৈ দুৰ্বৃত্তই নিক্ষেপ কৰিছিল গ্ৰেণেড।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *