ছত্তীশগড়ৰ বনাঞ্চলত গুলীয়াৰ ৰণক্ষেত্ৰ! নিৰাপত্তাৰক্ষীৰ গুলীত ১২ নক্সালপন্থী নিহত

ছত্তীশগড়ৰ দণ্ডকাৰণ্যৰ গভীৰ বনাঞ্চলত নক্সালবিৰোধী অভিযান চলা সময়ত তীব্ৰ সংঘৰ্ষ ঘটিছে। শনিবাৰে শুরু হোৱা এই অভিযানত ১২ জনতকৈ অধিক নক্সালপন্থী নিহত হোৱাৰ খবৰ আছে, য’ত চুকমা জিলাৰ বনাঞ্চলত ১০ জন আৰু বিজাপুৰ জিলাত ২ জন নিহত হয়। চুকমা জিলাৰ দক্ষিণ অঞ্চলে নিরাপত্তাৰক্ষীৰ টীমৰ উপস্থিতিত মুখামুখি সংঘৰ্ষ হয়। বিজাপুৰ জিলাতও এমুঠ সংঘৰ্ষ ঘটিছে, য’ত মাৰাত্মক অস্ত্ৰ উদ্ধাৰ কৰা হৈছে। ২০২৫ চনত ছত্তীশগড়ত নিরাপত্তাৰক্ষীয়েও ২৮৫ জন নক্সালপন্থী হত্যা কৰিছে। সংঘৰ্ষত কোনো নিরাপত্তাৰক্ষী আহত নোহোৱাৰ লগতে গুলীয়াগুলি চলি আছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *