নিৰাপত্তা বাহিনীৰ বৃহৎ সফলতা

অসমৰ নিৰাপত্তা বাহিনীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ১৯ জন অবৈধ অনুপ্ৰৱেশকাৰীক আটক কৰি বাংলাদেশলৈ ঘূৰাই পঠিয়াইছে বুলি ২১ ডিচেম্বৰ দেওবাৰে ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ মতে, নগাঁও আৰু কাৰ্বি আংলং জিলাত চলোৱা যৌথ অভিযানৰ সময়ত ব্যক্তিকেইজনক আটক কৰি ৰখা হৈছিল। এই অভিযানত অসম আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বি এছ এফৰ যৌথ প্ৰচেষ্টা জড়িত হৈ আছে।মুখ্যমন্ত্ৰীৰ মতে, নগাঁও আৰু কাৰ্বি আংলং জিলাত চলোৱা যৌথ অভিযানৰ সময়ত ব্যক্তিকেইজনক আটক কৰি ৰখা হৈছিল। এই অভিযানত অসম আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বি এছ এফৰ যৌথ প্ৰচেষ্টা জড়িত হৈ আছে।এই অভিযানৰ অংশ হিচাপে প্ৰতি সপ্তাহত গড়ে ৩৫ৰ পৰা ৪০ জন অবৈধ অনুপ্ৰৱেশকাৰীক উভতাই পঠিওৱা বুলি দাবী কৰি শৰ্মাই বাৰে বাৰে অসম চৰকাৰ অনুপ্ৰৱেশমুক্ত ৰাজ্য নিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *