২৩ অক্টোবৰে পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য পৰ্যটকৰ বাবে মুকলি কৰা হ’ব

বাৰিষাৰ বাবে বন্ধ হৈ থকা পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য পৰ্যটকৰ বাবে মুকলি কৰা হ’ব। অহা ২৩ অক্টোবৰ বৃহস্পতিবাৰে অভয়াৰণ্যখন পৰ্যটকৰ বাবে মুকলি কৰা হ’ব বুলি জানিবলৈ দিছে এজন বিষয়াই।শীতকাল আৰম্ভ হোৱাৰ লগে লগে ইয়াত বৃহৎ সংখ্যক পৰিভ্ৰমী চৰাইৰ আগমণ হোৱাৰ সম্ভাৱনা আছে, যিয়ে বিদেশী আৰু ঘৰুৱা পৰ্যটক উভয়কে আকৰ্ষণ কৰিব।” প্ৰথম দিনাৰ পৰাই পৰ্যটকৰ বাবে জীপ আৰু হাতী ছাফাৰী উপলব্ধ হ’ব বুলিও তেওঁ লগতে কয়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *