জম্মু-কাশ্মীৰৰ সীমান্তত নিৰাপত্তা বাহিনীৰ বৃহৎ সফলতা

জম্মু-কাশ্মীৰৰ সীমান্তৰ গুৰেজ ছেক্টৰত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হয় গুলীচালনা। নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত দেখা গৈছিল এই ২ সন্ত্ৰাসবাদীক, তেওঁলোকে ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল। তাৰ পিছতে সন্ত্ৰাসবাদীয়ে জোৱানৰ ওপৰত গুলীচালনা আৰম্ভ কৰে।
জম্মু-কাশ্মীৰৰ সীমান্তত নিৰাপত্তা বাহিনীৰ বৃহৎ সফলতা। ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰি থকা দুজন সন্ত্ৰাসবাদীক হত্যা কৰে নিৰাপত্তা বাহিনীয়ে। ভাৰতীয় সেনাই প্ৰদান কৰিছে। বুধবাৰে ২৭ আগষ্টত সেনাই এই তালাচী অভিযান আৰম্ভ কৰিছিল

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *