নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত বৃহৎ সংঘৰ্ষ

শুকুৰবাৰৰ পৰা কুলগাম জিলাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ আৰম্ভ হয়। আজি নিৰাপত্তা বাহিনীয়ে এই সংঘৰ্ষত সফলতা অৰ্জন কৰে। এই অভিযানত ১ জন সন্ত্ৰাসবাদী নিহত হয়।দক্ষিণ কাশ্মীৰৰ আখল জিলাৰ বনাঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ খবৰ পোৱাৰ পিছতে নিৰাপত্তা বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰি তালাচী অভিযান আৰম্ভ কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *