গোলাঘাটত মুখ্যমন্ত্রী তদাৰকী কোষৰ অভিযান

গোলাঘাটত মুখ্যমন্ত্রী তদাৰকী কোষৰ অভিযান। ACS বিষয়া দেৱেশ্বৰ বৰাৰ ওলাইছে গোলাঘাট লিংক। গোলাঘাট নগৰৰ ১১নং ৱাৰ্ডৰ চন্দন নগৰত চলিছে অভিযান।এটা নিৰ্মীয়মাণ পাঁচ মহলীয়া অট্টালিকাত চলিছে অভিযান।
দেবেশ্বৰ বৰাৰ পত্নীৰ নামত আছে এই অট্টালিকাটো।
৭ ছেপ্টেম্বৰত গ্রেপ্তাৰ হৈছিল ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত দেবেশ্বৰ বৰা।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *