অচিৰেই বৃদ্ধি পাব গুটখা, চিগাৰেট, শীতল পানীয়ৰ দাম! এইসমূহ সামগ্ৰীৰ GST বৃদ্ধিৰ সম্ভাৱনা প্ৰৱল। বৰ্তমানৰ ২৮ ৰ পৰা ৩৫% লৈ বৃদ্ধি হব পাৰে GST। ২১ ডিচেম্বৰত GSTৰ পৰিষদৰ বৈঠকত হ’ব পাৰে সিদ্ধান্ত। পানী, নোটবুক,চাইকেল আদি সামগ্ৰীৰ GST হ’ব পাৰে হ্ৰাস। জীৱনবীমা,স্বাস্থ্য বীমাৰ GST হ্ৰাসৰো সিদ্ধান্ত হ’ব পাৰে এই বৈঠকত।