যুৱকক আক্ৰমণ পিষ্টলধাৰী যুৱকৰ

বঙাইগাঁৱত নিশা চাঞ্চল্যকৰ ঘটনা! যুৱকক আক্ৰমণ পিষ্টলধাৰী দুর্বৃত্তৰ দলৰ।
অভিযোগ অনুসৰি পিষ্টলধাৰী ৬জনীয়া যুৱকৰ দলটোৰ অ’ল্ড কলনীত এজন যুৱকৰ সৈতে কাজিয়াৰ সুত্ৰপাত ঘটে। প্ৰথমে তেওঁলোকৰ মাজত তৰ্কাতৰ্কি আৰু তাৰ পাছত মাৰপিট আৰম্ভ হয়। ইমানতে ক্ষান্ত নাথাকি পিষ্টলেৰে শূন্যলৈ গুলীচালনা কৰে পিষ্টলধাৰী যুৱকৰ দলটোৱে।ৰাতুল মেধি নামৰ এজন যুৱকক আক্ৰমণ দুর্বৃত্তৰ দলটোৰ। পিষ্টলধাৰী যুৱকে ফুটালে গুলীও। ঘটনাৰ লগত জড়িত এজন যুৱক আটক কৰে আৰক্ষীয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *