পুনৰ অসম আৰক্ষীৰ বৃহৎ সফলতা

57

নগাঁৱৰ ৰূপহীহাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।

আৰক্ষীৰ অভিযানত আটক ড্ৰাগছসহ সৰবৰাহকাৰী মজিবুৰ ৰহমানক।

ৰূপহীহাটৰ পুথিখাইটিত অভিযান চলাই ড্ৰাগছ ভৰ্তি এটা চাবোনৰ বাকচসহ আটক কৰে মজিবুৰ ৰহমান নামৰ সৰবৰাহকাৰীটোক।

আৰক্ষীয়ে জব্দকৃত ড্ৰাগছখিনিৰ ওজন ১০ গ্ৰাম।

আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ধৃত ড্ৰাগছ সৰবৰাহকাৰী মজিবুৰ ৰহমানক।