পুনৰ বন্ধ শৰাইঘাটৰ দলং

78

পুৰণি শৰাইঘাট দলঙেৰে সাময়িকভাৱে চলাচল বন্ধ।

দুদিনৰ বাবে ৰে’লৱে বিভাগে বন্ধ কৰিলে দলংখন।

প্ৰচণ্ড ফাট মেলা দলংখন মেৰামতিৰ বাবে এই সিদ্ধান্ত।

দলংখনৰ কেইবাটাও স্থানত মেলিছে প্ৰচণ্ড ফাট।

শনিবাৰে দিনৰ ১১ বজাৰ পৰা বন্ধ কৰি দিয়া হ’ল দলংখন।