লাকুৱাৰ উৰিয়াঘাটত অঘটন

61

লাকুৱাৰ উৰিয়াঘাটত অঘটন।দিচাং নৈৰ বাঢ়নী পানীত পৰি সলিল সমাধি এগৰাকী পঞ্চম শ্ৰেণী ছাত্ৰীৰকলৰ ভূৰ সাজি খেলি থকা অৱস্থাতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাতো
মৃত ছাত্ৰী গৰাকীৰ বয়স প্ৰায় ১০ বছৰ ।
মৃত ছাত্ৰী গৰাকীৰ নাম সুকুমাৰী চনাই
প্ৰায় ৭ জনীয়া এটা শিৱসাগৰৰ SDRF ৰ দলে বৰ্তমান উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে মৃতদেহ ।
এখন কলৰ ভূৰত উঠি যাত্ৰা কৰাৰ সময়তে সংঘটিত হয় এই অঘটন ।
বিগত কেইবাদিনো ধৰি দিচাং নৈ বাঢ়নি পানীয়ে ধাৰণ কৰা কাল ৰূপৰ ফলত লাকুৱাৰ বিস্তৃৰ্ণ অঞ্চল বানপানীৰ কবলত পৰাৰ ফলতে সংঘটিত হৈছে এনে অঘটন ।