ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ

38

ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ১৬ খনকৈ জিলাত Yellow Alert জাৰি কৰিলে বতৰ বিজ্ঞান বিভাগে!তালিকা আছে নেকি আপোনাৰ জিলাৰো নাম?ৰাজ্যত পুনৰ ভয়াৱহ ৰূপ ল’ব পাৰে বতৰ।বিগতে কিছু দিনৰ ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে হৈ থকা বৰষুণে ব্যাহত কৰিছে স্বাভাৱিক জন-জীৱনত।৭ জুনত ৰাজ্যৰ ১৬ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।