ৰাজ্যত বতৰে ল’ব কালৰূপ

37

ৰাজ্যত পুনৰ ভয়ংকৰ ৰূপ ল’ব পাৰে বতৰে!৩ জিলাত Orange Alert আৰু ২৩ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে!
দেওবাৰে নিশাৰে পৰা ৰাজ্যৰ ভিন্নপ্ৰান্তত হৈ আছে ধাৰাসাৰ বৰষুণ।তাৰ মাজতে আজি ৰাজ্যৰ ৩ জিলাত Orange Alert আৰু ২৩ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।দক্ষিণ শালমৰা, চিৰাং, বাক্সা, ওদালগুৰি, বৰপেটা, কামৰূপ(গ্ৰাম্য), কামৰূপ (মহানগৰ) Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান।দৰং, মৰিগাঁও, নগাঁও, ডিমা হাচাও, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, কাৰ্বি আংলং Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান।