হাৰিয়ানাৰ অম্বালাত নিশা ভয়ংকৰ বাছ দুৰ্ঘটনা

55

হাৰিয়ানাৰ অম্বালাত নিশা ভয়ংকৰ বাছ দুৰ্ঘটনা।

দিল্লী-জম্মু ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত তীৰ্থযাত্ৰীৰ বাহন।

এখন ট্ৰাকৰ সৈতে যাত্ৰীবাহী বাছখনৰ ভয়ানক সংঘৰ্ষ।

দুৰ্ঘটনাত ৭গৰাকী যাত্ৰীৰ কৰুণ মৃত্যু।

দুৰ্ঘটনাটোত আহত হৈছে ২৫গৰাকী যাত্ৰী।