লখিমপুৰৰ পহুমৰা মাজগাঁৱত ভয়াৱহ দুৰ্ঘটনা।
দুখন বাহনৰ মুখামুখি সংঘৰ্ষত নিহত এজন।
নিহত বিহপুৰীয়া মহাবিদ্যালয়ৰ প্ৰবক্তা ৰাজীৱ লেখাৰু।
নিৰ্বাচনৰ দায়িত্ব শেষ কৰি ঘৰলৈ আহি থকা অৱস্থাতে সংঘটিত হয় দুৰ্ঘটনা।