নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দিনৰ ৩ বজালৈকে ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত ত্ৰিপুৰা আৰু পশ্চিমবংগত ভোটদানৰ হাৰে অতিক্ৰম কৰিলে ৭০ শতাংশৰ ঘৰ। ত্ৰিপুৰাত ৩ বজালৈকে মুঠ ৭৩.০৪ শতাংশ আৰু পশ্চিমবংগত ৭০.৯৬ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।
৩বজালৈ ২১খন ৰাজ্যত প্ৰায় ৭০% ভোটদান সম্পন্ন
