ৰাজ্যত ক্ৰমাৎ গৰম হৈ আহিছে নিৰ্বাচনী বতাহ

ৰাজ্যত ক্ৰমাৎ গৰম হৈ আহিছে নিৰ্বাচনী বতাহ।

তাৰমাজতেই মঙলবাৰে মা কামাখ্যাৰ পবিত্ৰ ভূমিত পদাপৰ্ণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

সন্ধিয়া ৭-০০বজাত গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা পোনে পোনে কইনাধৰালৈ বুলি যাত্ৰা কৰিব প্ৰধানমন্ত্ৰীগৰাকী।

জানিব পৰামতে কাইনাধৰাতে নৈশ যাপন কৰিব তেওঁ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *