‘মই লোকসভা নিৰ্বাচনত একো কৰিব নোৱাৰিম,
মই প্ৰধানমন্ত্ৰীক সকলো কথা কৈছোঁ’।
লোকসভা নিৰ্বাচনত দলক সহায় আগবঢ়াব নোৱাৰে সুশীল কুমাৰ মোদীয়ে।
কৰ্কট ৰোগত আক্ৰান্ত বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা ৰাজ্যসভাৰ সাংসদ সুশীল কুমাৰ মোদী। X-যোগে সদৰী কৰে এই কথা।
বিগত ৬ মাহ ধৰি কেন্সাৰৰ সৈতে যুঁজি আছে জ্যেষ্ঠ নেতাগৰাকীয়ে।