পুনৰ উৎকোচ লৈ গ্ৰেপ্তাৰ আন এজন চৰকাৰী বিষয়া

পুনৰ উৎকোচ লৈ গ্ৰেপ্তাৰ আন এজন চৰকাৰী বিষয়া। কামৰূপৰ ছমৰীয়াৰ BDO দীপ্ত কান্ত চমুৱাক গ্ৰেপ্তাৰ। উৎকোচ লৈ হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত BDOগৰাকী। ধন মোকলাই দিয়াৰ নামত লৈছিল উৎকোচ। ছমৰীয়া উন্নয়ন খণ্ডৰ আন এজন কৰ্মচাৰীকো গ্ৰেপ্তাৰ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *