হাৰিয়ানাত কংগ্ৰেছ আৰু INLD নেতাৰ ঘৰত EDৰ অভিযান

হাৰিয়ানাত কংগ্ৰেছ আৰু INLD নেতাৰ ঘৰত EDৰ অভিযান। ২০টা স্থানত অব্যাহত আছে অভিযান। অবৈধ খনন গোচৰ সন্দৰ্ভত চলিছে অভিযান। কংগ্ৰেছ নেতা সুৰেন্দ্ৰ পানোৱাৰৰ ঘৰত চলিছে অভিযান। প্ৰাক্তন INLDৰ বিধায়ক দিলবাগ সিঙৰ ঘৰতো চলিছে অভিযান। উদ্ধাৰ ৫ কোটি নগদ ধন, ৫ কেজি সোণ আৰু ৩০০ টা কাৰ্টিজ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *