ধুবুৰী জিলাৰ তামাৰহাটৰ পলাশকান্তি গাঁৱত ভয়ংকৰ ঘটনা

ধুবুৰী জিলাৰ তামাৰহাটৰ পলাশকান্তি গাঁৱত ভয়ংকৰ ঘটনা৷ ডেৰমহীয়া শিশুৰ গাত ২৬ ঘণ্টা সোমাই থাকিল বেজী৷ ANM নাৰ্ছৰ বিৰুদ্ধে ভয়ংকৰ গাফিলতিৰ অভিযোগ৷ শিশুটি অসুস্থ হোৱাৰ এদিন পাছতহে পিতৃয়ে প্ৰত্যক্ষ কৰে বেজীটো৷ তামাৰহাট ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ নাৰ্ছৰ গাফিলতি৷ শিবিৰত টিকাকৰণ হৈছিল আব্দুল খালেক নামৰ লোকজনৰ কন্যা শিশুৰ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *