পুৱাৰে পৰা আৰম্ভ হৈছে ৰাজস্থান বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ৰাজ্যখনৰ ১৯৯ খন বিধানসভা আসনৰ বাবে আজি ভোটগ্ৰহণ চলি আছে । নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ১৮৬৩ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব । ৰাজ্যৰ ৫ কোটিৰো অধিক ভোটাৰে আজি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব
