নগাঁও আৰক্ষীৰ জালত দুই কুখ্যাত ডকাইত

নগাঁও আৰক্ষীৰ জালত দুই কুখ্যাত ডকাইত৷ ধৃত দুই ডকাইতৰ নাম মইনুল হক, নৱাজউদ্দিন৷ মইনুল হকৰ বাসগৃহৰ পৰা উদ্ধাৰ সোণৰ অলংকাৰ৷ মাটিৰ তলত পুতি থোৱা অৱস্থাত উদ্ধাৰ অলংকাৰখিনি৷ নিশা নগাঁও আৰক্ষীয়ে হয়বৰগাঁৱত চলাইছিল অভিযান৷ আনটো ডকাইত নৱাজউদ্দিনক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *