দুলীয়াজানত গ্ৰেপ্তাৰ হ’ল গৃহৰক্ষী জোৱান

এইবাৰ দুলীয়াজানত গ্ৰেপ্তাৰ হ’ল গৃহৰক্ষী জোৱান। ভুৱা নথিৰে অসম গেছ কোম্পানীত কাম কৰি থকাৰ অভিযোগত গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ গৃহৰক্ষী জোৱান প্ৰশান্ত হাজৰিকা ওৰফে বিপিন কোঁৱৰ। দীৰ্ঘদিনে অসম গেছ কোম্পানীত কৰ্মৰত আছিল অভিযুক্ত জোৱানজন।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *