হাইলাকান্দিত হস্তনিৰ্মিত বন্দুকসহ এজন যুৱকক আটক। আটক বলদাবলদিৰ গাঁৱৰ ৰাজেন্দ্ৰ ৰিয়াঙক। জামিৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা হস্তনিৰ্মিত বন্দুক। সুৰাৰ ৰাগীত মাতাল হৈ হাতত বন্দুক লৈ ৰাজপথত চলাইছিল তাণ্ডৱ। পথেৰে যোৱা গাড়ী চালকক ধমকি দিয়াৰ লগতে দুই জাঁই গুলীও ফুটাইছিল ৰাজেন্দ্ৰ ৰিয়াঙে
