কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ৷ ১ জুলাইৰ পৰা মৰগীয়া বানচ ৩ % বৃদ্ধিৰ সম্ভাৱনা৷ বৃদ্ধিৰ পাছত কৰ্মচাৰীৰ মৰগীয়া বানচ হ’ব ৪৫ শতাংশ৷ বৰ্তমান ৪২ % কৈ মৰগীয়া বানচ লাভ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে৷