মৰিগাৱত দিন দুপৰতে সংঘটিত ডকাইটি কাণ্ড

মৰিগাৱত দিন দুপৰতে সংঘটিত ডকাইটি কাণ্ড

মৰিগাঁও জিলা মাজমজিয়াৰ পৰা গাড়ী গ্লাছ ভাগি লুটি লৈ গ’ল ৮০ হাজাৰ টকা লগতে চেক বুক ,পাচবুক লগতে কিছু নথি পত্ৰ।

দুপৰীয়া প্ৰায় ১২মান বজাত সংঘটিত হৈছে এই ঘটনা।

জানিৱ পৰা মতে আজি মৰিগাঁও ষ্টেট বেংকৰ পৰা এজন গ্ৰাহকে ৮০ হাজাৰ টকা উলিয়াই আনি গাড়ীত টকা আৰু চেক বুক থৈ প্ৰায় ৫ মিনিটৰ বাবে আপেল কিনিবলৈ যাওঁতেই কোনো দুষ্ট চক্ৰই গ্ৰাহক জনৰ গাড়ী গ্লাছ ভাগি লৈ গ’ল টকাখিনি।

ঘটনা সন্দৰ্ভত মৰিগাঁও আৰক্ষীক জনোৱাৰ পিছতে মৰিগাঁও তদন্ত অব্যাহত ৰাখিছে যদিও বাতৰি যোগোৱাৰ সময়লৈ কোনো সন্ধান উলিৱাব পৰা নাই ডকাইত কেইটাৰ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *