শিলসাঁকোৰ অমানৱীয় উচ্ছেদৰ ঘটনাক মৌলানা বদৰুদ্দিন আজমলে গৰিহনা দি দুৰ্ভাগ্যজনক আখ্যা

শিলসাঁকোৰ অমানৱীয় উচ্ছেদৰ ঘটনাক মৌলানা বদৰুদ্দিন আজমলে গৰিহনা দি দুৰ্ভাগ্যজনক আখ্যা দিয়ে৷ এই চৰকাৰৰ দিনত অসমৰ মহিলাই এনেদৰে প্ৰতিবাদ কৰিবলগীয়া হোৱাতো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰি উচ্ছেদৰ পূৰ্বে সংস্থাপন দিবলৈ দাবী জনাই বদৰুদ্দিন আজমলে৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *