অৱশেষত গ্ৰেপ্তাৰ হ’ল বৰ্খাস্ত হোৱা আৰক্ষী বিষয়া বিমান ৰয়

অৱশেষত গ্ৰেপ্তাৰ হ’ল বৰ্খাস্ত হোৱা আৰক্ষী বিষয়া বিমান ৰয়।

অচেতন অৱস্থাত উদ্ধাৰ বিমান ৰয়।

গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা উদ্ধাৰ কৰা হৈছে বিমান ৰয়ক।

আৰক্ষীয়ে ৰয়ক লৈ গৈছে জিএমচিএইচলৈ।

নলবাৰী ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আছিল ৰয়।

এগৰাকী নাবালিকাক উলংগ কৰি ফটো তোলাৰ কাণ্ডৰে জড়িত আছিল বিষয়া গৰাকী।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *