বিহালীৰ মোনাবাৰী পঞ্চায়তৰ অন্তৰ্গত বিহপুখুৰীত আজি সুলভ মূল্য দোকানদাৰৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ

বিহালীৰ মোনাবাৰী পঞ্চায়তৰ অন্তৰ্গত বিহপুখুৰীত আজি সুলভ মূল্য দোকানদাৰৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ৷ পুৰণি ৰেচন কাৰ্ড জমালৈ নতুন ৰেচন কাৰ্ড নিদিয়াৰ অভিযোগ ৷আৰু যিসকল লোকে সুলভ মূল্যৰ চাউল লাভ কৰি আছে পৰিমাণতকৈ কমকৈ দিয়াত ৰাইজে প্ৰতিবাদ কৰে সুলভ মূল্যৰ দোকানদাৰৰ বিৰুদ্ধে ৷আনহাতে পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ ৷প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নোপোৱাৰ লগতে অৰুণোদয় আচঁনিৰ নোপোৱাৰ আৰু জৱ কাৰ্ডৰ কাম কৰা ধন নাপায় বিহপুখুৰী ৰাইজৰ বাবে আজি ৰাইজ ওলাই আহি প্ৰতিবাদ সাৱ্যস্ত কৰে আৰু বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত আৰু মুখ্যমন্ত্ৰীক এই মোনাবাৰী পঞ্চায়তৰ ৰাইজে কোনো সুবিধা নোপোৱা সম্পৰ্কত বিচাৰ কৰিবলৈ আহ্বান জনায়৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *