ম্যানমাৰত ঘূৰ্ণীবতাহৰ প্ৰথম সঁহাৰিদাতা ভাৰত

ঘূৰ্ণীবতাহ মোচাত ক্ষতিগ্ৰস্ত ম্যানমাৰৰ জনসাধাৰণক মানৱীয় সাহায্য প্ৰদানৰ উদ্দেশ্যে ভাৰতে অপাৰেচন কৰুণা আৰম্ভ কৰে।

ভাৰতৰ তিনিখন নৌসেনাৰ জাহাজ আই এন এছ শিৱালিক, আই এন এছ কামোৰ্তা আৰু আই এন এছ সাবিত্ৰীয়ে ৪০ টনৰো অধিক সাহায্য সামগ্ৰী লৈ ইয়াংগনত উপস্থিত হৈছে।

চতুৰ্থখন জাহাজে অধিক চিকিৎসা সাহায্য সামগ্ৰী অনাৰ কথা। ম্যানমাৰত ভাৰতৰ এই প্ৰচেষ্টাই নতুন দিল্লীৰ চুবুৰীয়া ৰাষ্ট্ৰ আৰু অঞ্চলটোৰ প্ৰতি থকা দায়বদ্ধতাৰ প্ৰমাণ।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *