বিলাসীপাৰা চহৰত অবৈধ নাৰী দেহ ব্যবসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

বিলাসীপাৰা চহৰত অবৈধ নাৰী দেহ ব্যবসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।চহৰখনৰ বিছমিল্লাহ হোটেলত মহকুমা আৰক্ষী বিষয়া স্মৃতি ৰেখা ফুকনৰ অভিযান। অবৈধ নাৰী দেহ ব্যবসায়ৰ লগত জড়িত থকাৰ সন্দেহত হোটেলখনৰ পৰা আটক তিনি যুৱক। জব্দ চিচি টিভিৰ হাৰ্ডকিক্স সহ বহু আপত্তিজনক সামগ্ৰী।দীৰ্ঘ দিনৰ পৰা হোটেলখনত অবৈধ নাৰীদেহ ব্যবসায় চলি থকাৰ অভিযোগ উত্থাপন হৈ আহিছিল।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *