চিলাপথাৰ- লিকাবালি পথত ভয়ংকৰ পথ দুৰ্ঘটনা।
তীব্ৰ বেগী বাহনে মহতীয়াই ১০০ শ মিটাৰলৈকে লৈ গল বাইক আৰোহীক । চিলাপথাৰ ৰেল গেটৰ সমীপত সংঘঠিত হৈছে এই পথ দুৰ্ঘটনা। গুৰুত্ব ভাবে আহত হৈছে বাইক আৰোহী আৰু গাড়ী চালক জনক হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে। পথ দুৰ্ঘটনাৰ ফলত ৰাজপথৰ দুয়োকাষে বহু সময় ধৰি আৱদ্ধ হৈ পৰে যান বাহন।
