বিশ্বনাথৰ কোচঁ গাৱঁৰ তেল ডিপুৰ সন্মুখত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়৷কথমপি প্ৰাণ ৰক্ষা পৰে দুৰ্ঘটনাগ্ৰস্ত লোকৰ ৷উল্লেখযোগ্য যে বিশ্বনাথ নগৰৰ পৰা তেজপুৰ অভিমুখে গৈ থকা AS07G1926 নম্বৰ I 10 গাড়ীখনত পিছফালৰ পৰা আহি থকা AS0INC1361 নম্বৰৰ পাঞ্জাৱবৰ্ডীৰ ট্ৰাকখনে খুন্দা মাৰে ৷ট্ৰাকখনে খুন্দা মাৰাত I10 গাড়ী খন ট্ৰাকখনৰ সন্মুখলৈ আহি পৰাত ট্ৰাকখনে ঠেলি ঠেলি আগলৈ লৈ যায় কিন্ত ট্ৰাকখনৰ ড্ৰাইভাৰে ব্ৰেক মাৰি মাৰি কথমপি দুৰ্ঘটনাগ্ৰস্ত লোক কথমপি প্ৰাণ ৰক্ষা পৰে ৷কোনো লোকৰ ক্ষতি হোৱা নাই বুলি দু্ৰ্ঘটনাগ্ৰস্তলোকে জানিবলৈ দিয়ে ।
