বিশাল আৰক্ষী কনভয়েৰে ডিব্ৰুগড় কাৰাগাৰলৈ অনা হ’ল অমৃতপাল সিঙক

বিশাল আৰক্ষী কনভয়েৰে ডিব্ৰুগড় কাৰাগাৰলৈ অনা হ’ল অমৃতপাল সিঙক।পঞ্জাৱৰ মোগা জিলাত ৱাৰিছ পঞ্জাৱৰ দেৰ মুৰব্বী অমৃতপাল সিঙক আটক কৰাৰ পাছতেই পোনে পোনে লৈ অহা হ’ল ডিব্ৰুগড় কাৰাগাৰলৈ ।বিশাল আৰক্ষী কনভয়েৰে ডিব্ৰুগড় কাৰাগাৰলৈ অনা হ’ল অমৃতপাল সিঙক । অমৃতপাল সিঙৰ সৈতে পঞ্জাৱ আৰক্ষীৰ এটা বৃহৎ দল অহা পৰিলক্ষিত হৈছে । ইতিমধ্য ডিব্ৰুগড়ৰ কাৰাগাৰৰ ভিতৰত অমৃতপাল সিঙৰ কনভয় প্ৰৱেশ কৰা পাছতেই নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে আৰক্ষীয়ে। সাংবাদিকৰ পৰা আৰম্ভ কৰি কোনো লোককে ভিতৰলৈ প্ৰৱেশ কৰিবলৈ দিয়া নাই ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *