গেলেকীৰ আঠখেলত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা

গেলেকীৰ আঠখেলত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।থিতাতে নিহত হৈছে এজন যুৱক।যুৱকজন আঠখেলৰ 16 নম্বৰ লাইনৰ বুলি জানিব পৰা গৈছে।মৃত যোৱক জনৰ নাম ভৱজ্যোতি হাজৰিকা বুলি জানিব পৰা গৈছে।মৃত যোৱক জনৰ বয়স ১৫ বছৰ বুলি জানিব পৰা গৈছে।আঠখেলৰ দিশৰ পৰা এখন পালচাৰ বাইকেৰে গেলেকী অভিমুখে গৈ থকা অৱস্থাত ONGC ৰ এখন গধুৰ বাহনৰ খুন্দাত থিতাতে নিহত হৈছে যুৱকজনৰ।দুৰ্ঘটনাত পতিত হোৱা পালচাৰ বাইকখনৰ নম্বৰ হৈছে AS 04 K 6813

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *