বৃদ্ধি পালে ডিজেলৰ মূল্য

সূৰ্যৰ জুইয়ে যেনেদৰে দহিছে ৰাজ্যবাসীক।ঠিক তেনেদৰে মূল্যবৃদ্ধিৰ জুইয়ে দহিছে এতিয়া ৰাজ্য বাসীক।কিয়নো আজিৰে পৰা বৃদ্ধি পালে ডিজেলৰ মূল্য।ৰাইজৰ ওপৰত পুনৰ মাধমাৰ এইখন চৰকাৰৰ।প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৮৯.০৭ টকালৈ বৃদ্ধি পাইছে।কেৱল ডিজেলৰ মূল্যই নহয় এপ্ৰিল মাহত দৈনন্দিন ব্যৱহিত সামগ্ৰীৰ মূল্য বহু পৰিমানে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছিল।আৰু বিদ্যুতৰ মাচুল পৰ্যন্ত বৃদ্ধি পাইছিল।তাৰ ফলত সাধাৰণ জনতা বহু পৰিমানে চিন্তিত হৈ পৰিছিল।উল্লেখ কৰিব লাগিব যে সামগ্ৰীৰ যি মূল্যবৃদ্ধি সেই মূল্য বৃদ্ধিযে এতিয়া ৰাইজৰ মূৰত পুনৰ মাধমাৰ পৰিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *